This page is under construction.

A user-submitted Puns Board. ইয়াত পাব হাঁহিৰ খোৰাক আৰু কান্দোনৰ খুৰীক। আনন্দ লওক কিছু অসম-কেন্দ্ৰিক শ্লেষ ।

By Assam-centric, we mean any humorous pun somehow related to Assam, irrespective of language. You can post bilingual puns.

Below, you can find a demo of how your post will look once uploaded.

Sumi Barman

বজাৰৰ পৰা এখন অভিধান কিনিলোঁ, ঘৰ গৈ দেখিছোঁ গোটেই পৃষ্ঠাবোৰ খালী। মোৰ কিমান খং উঠিছে বুজাবলৈ শব্দ বিচাৰি পোৱা নাই।

Bikash Gogoi

আপোনালোকে ক’ব এইয়া সকলো মিছা।
Misa Maas

MonkeyBaat

জিমত বিশ্বাস নৰখা ব্যক্তিক কি বোলে? জিম-নাস্তিক

দিলীপ হাজৰিকা

: মহাত্মা গান্ধীৰ পুত্ৰৰ নাম কি?
: দিনেশন
: ক'ত পালা তেনেকৈ?
: সৰুতে পঢ়া মনত আছে, Gandhi ji is the father of Dineshan.

Submit your Puns

To submit post, you must login first.

Login OR Register

Scroll to Top